- চ’ল’ ৰাইড আৰু গ্ৰুপ ৰাইড : কোনটো বেছি নিৰাপদ আৰু সুবিধাজনক ?Nipun Sonowalৰ দ্বাৰামোক যদি সোধা যায় যে গ্ৰুপ ৰাইডিং আৰু একক ৰাইডিং এই দুটাৰ কোনটো মই বেছি ভাল পাওঁ বা পচন্দ কৰোঁ । মোৰ উত্তৰ হ’ব নিশ্চয় গ্ৰুপ ৰাইডিং । কাৰণ গ্ৰুপ ৰাইডিঙত এক বেলেগ মজা আছে । এটা গ্ৰুপ ৰূপে কেইবাজনো ৰাইডাৰ একেলগ হৈ বাইক ৰাইডিঙত যি এবাৰ হ’লেও গৈছে তেওঁহে বুজিব গ্ৰুপ ৰাইডিঙৰ সোৱাদ কি… চ’ল’ ৰাইড আৰু গ্ৰুপ ৰাইড : কোনটো বেছি নিৰাপদ আৰু সুবিধাজনক ?: অধিক পঢ়ক