- নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(তৃতীয় খণ্ড): যাত্ৰাৰ প্ৰস্তুতি আৰু মোৰ লটিঘটিNaivedyanandan Sonowalৰ দ্বাৰাপৰিকল্পনা আৰু প্ৰস্তুতি প্ৰস্তুতিৰ সম্পৰ্কে এষাৰ কথা মই কৰবাত পঢ়িবলৈ পাইছিলো যে যিকোনো এটা কামৰ পৰিকল্পনা আৰু প্ৰস্তুতি যদি নিখুঁত হয়,তেন্তে কামটো প্ৰায় পঁঞ্চাচ শতাংশ কৰাৰ দৰে হয়। প্ৰস্তুতি নিখুঁত নহ’লে ডাঙৰ অভিযান এটাও বিফল হ’ব পাৰে । গতিকে প্ৰতিটো সৰু সৰু দিশ মনোযোগ দিয়া দৰকাৰ । লাখ লাখ টকা খৰচ কৰি কৰা এভাৰেষ্ট শৃংগ… নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(তৃতীয় খণ্ড): যাত্ৰাৰ প্ৰস্তুতি আৰু মোৰ লটিঘটি: অধিক পঢ়ক
- নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(দ্বিতীয় খণ্ড): ৰয়েল এলফিল্ডৰ সন্ধানত ট্ৰেক্টৰ ডীলাৰতNaivedyanandan Sonowalৰ দ্বাৰাএটকা ডাউন পেমেণ্টত বাইক বাইক এখন কিনিম বুলি ভবাৰ কথা গম পাই লগৰ চিনাকি দুই-এজনে পৰামৰ্শ দিবলৈ ধৰিলে অমুকখন কিনক,তমুকখন কিনক বুলি । এদিন বাতৰি কাকত এখনত বিজ্ঞাপন এটা পালো যে এটকা ডাউন পেমেন্ট দি হোন্ডাৰ “শ্চাইন” বাইক খন কিনিব পাৰি । মনত সাহস এটা পালোঁ । গ’লো গোলাঘাট বেঙেনাখোৱাত থকা হোণ্ডাৰ বাইকৰ ডীলাৰলৈ অফিচৰে… নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা(দ্বিতীয় খণ্ড): ৰয়েল এলফিল্ডৰ সন্ধানত ট্ৰেক্টৰ ডীলাৰত: অধিক পঢ়ক
- নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা (প্ৰথম খণ্ড): বাইচাইকেলৰ পৰা দু:সাহসিক ৰয়েল এনফিল্ড ৰাইডাৰলৈNaivedyanandan Sonowalৰ দ্বাৰাযাত্ৰাৰ পৃটভূমি এইটো আছিল মোৰ জীৱনৰ প্ৰথম ৰাইড । ৰাইডাৰ হোৱাৰ সপোন মোৰ কেতিয়াও নাছিল । এক আকস্মিক ঘটনাৰ সংযোগত মই ৰাইডাৰলৈ ৰূপান্তৰ হৈছিলো । ৰাইডাৰ হোৱাটো দূৰৰ কথা বাইক এখন কিনাৰ কথাও মই ভবা নাছিলো । আমোদজনক কথাটো হ’ল পাঁছ শ চিচিৰ মোৰ ৰয়েল এনফিল্ডৰ বাইকখন কিনাৰ আগলৈকে মই এখন চাইকেল চলাইহে ইফালে সিফালে… নেপাল ৰাইডিঙৰ অবিষ্মৰণীয় অভিজ্ঞতা (প্ৰথম খণ্ড): বাইচাইকেলৰ পৰা দু:সাহসিক ৰয়েল এনফিল্ড ৰাইডাৰলৈ: অধিক পঢ়ক